Tomar Kotha: The one of the lovely romantic and popular trendy song in 2020 from the latest Assamese Song album Tomar Kotha (2020). Which is sung beautifully by Papon who was among the most famous youth singer of in India.The music Produce by Manash Hazarika. The lyrics and tune of Tomar Kotha are written by Keshab Nayan. Mixed and Mastered at: Lahar Digital (Guwahati) India by Manash Hazarika.i. The music label of Papon.
Song- Tomar KothaSinger- Papon
Lyrics/Tune- Keshab Nayan
Music produced by- Manash Hazarika
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে ।
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে
ছায়া হৈ আহা এবাৰ কাষৰলে...
দিঠগত নালাগে আহিবলে...
সপোনত আহা এবাৰ
কাষৰলে....
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে
জোনাক উপচি পৰে ।
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে
ছায়া হৈ আহা এবাৰ কাষৰলে...
দিঠগত নালাগে আহিবলে...
সপোনত আহা এবাৰ
কাষৰলে....
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে
এটি বেলি ফোঁটে
কাণে কাণে মোক ক'লে
তুমি মই একেটি হোৱাৰে
সেই বেলি ফোঁটে
ওৰে নিশা মোক আহি
জুকালে জুৰুলা কৰিলে
ছায়া হৈ আহা এবাৰ কাষৰলে..
দিঠগত নালাগে আহিবলে..
সপোনত আহা এবাৰ
কাষৰলে...
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে ।
কাণে কাণে মোক ক'লে
তুমি মই একেটি হোৱাৰে
সেই বেলি ফোঁটে
ওৰে নিশা মোক আহি
জুকালে জুৰুলা কৰিলে
ছায়া হৈ আহা এবাৰ কাষৰলে..
দিঠগত নালাগে আহিবলে..
সপোনত আহা এবাৰ
কাষৰলে...
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে ।
আজি কাঁচি জোনে
গুপুতে আহি কলে মোক চুলে
আন্ধাৰত টোপনি ভাঙিলে..
তৰা ফুলা ৰাতি
তোমাক বাছি বাছি ক'লে
তুমি নাই ক'তো নাই
নোহোৱাৰে...
ছায়া হৈ আহা এবাৰ কাষৰলে..
দিঠগত নালাগে আহিবলে..
সপোনত আহা এবাৰ
কাষৰলে...
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে ।
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে ।।
গুপুতে আহি কলে মোক চুলে
আন্ধাৰত টোপনি ভাঙিলে..
তৰা ফুলা ৰাতি
তোমাক বাছি বাছি ক'লে
তুমি নাই ক'তো নাই
নোহোৱাৰে...
ছায়া হৈ আহা এবাৰ কাষৰলে..
দিঠগত নালাগে আহিবলে..
সপোনত আহা এবাৰ
কাষৰলে...
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে ।
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে ।।
TOMAR KOTHA VIDEO
DOWNLOAD THE LYRICS:-👇
- More Lyrics: Uhu Uhu Lyrics
- More Lyrics: Rukshana Lyrics, Ubhoti Suwa Lyrics , Morom Jetiya Lyrics,
- More Lyrics: Alokhuwa Lyrics , Neelim Haahi Lyrics
- More Lyrics: Pahar Bogai Bogai , Aluguti Pitika Khang, Sekuri Sekuri Neel Akash
- More Lyrics: Krishnamoni Chutia , Xorot Zubeen Garg, Fagun Zubeen Garg
Conclusion About:- Tomar Kotha Lyrics
I hope you guys like our post about the ''Tomar Kotha Lyrics'', So don't miss to share this post with social media friends.
0 Comments
Please do not enter any spam link in the comment box
Emoji