![]() |
Alokhuwa Lyrics | Kussum Kailash | Nilakshi Neog | New Assamese Song 2020 |
Singer: Kussum Kailash
Music: Trion Mahanta
Lyrics/Tune: Kussum Kailash
আলসুৱা
তোমাৰ ভাৱনাতে
মিলিনো চাওঁ
দিয়ানা এবাৰলে
অ' মৰো মৰো
তোমাৰ মৰমতে
অ' ডুবি ডুবি
সপোন ভাগৰতে
যাযাবৰী মন আকাশৰ
তুমি তৰা বেলি জোন
তুমি ললেহে লোৱা খবৰ
আৰু মোৰ আছেনো কোন
কিনো কৰো
তোমাৰ কাষৰতে
হাৰ মানে
হেজাৰ অভিমানে
( চোৱা কে নো চাই
থাকো তোমাক
মনৰে মাজত আঁকি ) ২
কোৱা কে নো কৈ
লাগেনো ভাল
তোমাৰে কথা ভাবি
হিয়াৰে সুবুৰিলে মোৰ
কৰা অহা যোৱা অ' সোণ
তুমি ললেহে লোৱা খবৰ
আৰু মোৰ আছেনো কোন
কিনো কৰো
তোমাৰ কাষৰতে
হাৰ মানে
হেজাৰ অভিমানে
ALOKHUWA WATCH VIDEO
DOWNLOAD THE LYRICS:-👇
- More Lyrics: Morom Jetiya Lyrics, Ubhoti Suwa Lyrics , Silaa Lyrics , Neelim Haahi Lyrics
- More Lyrics: Pahar Bogai Bogai , Aluguti Pitika Khang, Sekuri Sekuri Neel Akash
- More Lyrics: Krishnamoni Chutia , Xorot Zubeen Garg, Fagun Zubeen Garg
Conclusion About:- Alokhuwa Lyrics
I hope you guys like our post about the ''Alokhuwa Lyrics'', So don't miss to share this post with social media friends.
0 Comments
Please do not enter any spam link in the comment box
Emoji