Eti Pol Ruwana Lyrics | Deeplina Deka | Paplu Chetia | New Assamese Song 2022

 



vocal : DEEPLINA DEKA music : ISHANU lyrics : PAPLU CHETIA composition : PRABIN BORAH flute : ANJAN MEDHI mix-master : PINKU DAS @RedAV studio vocals recorded by : PINKU DAS



এটি পল ৰোৱানা দুবাহুতে মধুৰ বেলা (x2) এসুঁতি জিৰাবলৈ মোৰ মনতে হেঁপাহে আবুৰ, এছাটি ৰং আজীৱন তোমাৰ নামতে মোৰ, এছাটি ৰং আজীৱন তোমাৰ নামতে মোৰ। এটি পল ৰোৱানা দুবাহুতে মধুৰ বেলা গণি গণি ঘূৰি আহি তোমাতে ৰওঁ আকৌ এবাৰ গোৱা তুমি মৰমৰে গান লেখি লেখি থুপিতৰা জোনাকী বহু নিশাৰ গোৱা তুমি উতনুৱা গান মোৰ আকাশ তুমিয়েই... এছাটি ৰং আজীৱন তোমাৰ নামতে মোৰ, এছাটি ৰং আজীৱন তোমাৰ নামতে মোৰ। ঘূৰি ঘূৰি জুমি জুমি তোমাকে চাওঁ বাৰে প্ৰতি দেখা পালে হৃদয় জুৰে, মুঠি মুঠি শেৱালিৰে কৰণি পাওঁ তোমাৰ নামত হাঁহি এটি সৰকি পৰে, হাবিয়াস তুমিয়েই। এছাটি ৰং আজীৱন তোমাৰ নামতে মোৰ, এছাটি ৰং আজীৱন তোমাৰ নামতে মোৰ। এটি পল ৰোৱানা দুবাহুতে মধুৰ বেলা

Reactions

Post a Comment

0 Comments

close