DONTIYA DO LYRICS | KALLOL BORTHAAKUR | NIRANJAN GOSWAMI | JETUKA 2023

 


Singer / Music : Kallol Borthaakur Lyrics/Tune : Niranjan Goswami Mixed & Mastering by Diganta Bordoloi Dhol : Lachit Baruah and Bishwa Taal : Bishwa Flute : Kailash Rabha Melody Design : Bhadra Kanta Das Additional Vocals : Apurba Jaan, Debeshwar Bora, Pompi Pallavi Recording Studios : Studio Dreams, Studio Kirili and Studio Audioholic Lyrical Video : Harish Ranjan Gogoi Spcl Thanks : Vaagawat Darshan, Partha Uddip, Kumud Hazarika, Mamoni Hazarika, Biman Baruah

Lyrics: ঐ "ক" মানত শিকিলো ঐ চৰে "অ" চৰে "আ" ঐ শিকিলো ক ,খ, গ ঐ যৌৱনত ভৰি দি ঐ পিৰীতি কৰি লৈ অ' হায় ঐ হ'লো মই দন্তিয়া "দ" হায় ঐ দন্তিয়া "দ" ঐ দন্তিয়া "দ" দন্তিয়া "দ" হ'লো মই দন্তিয়া "দ" ঐ দন্তিয়া "দ" টো হৈ গাৰুটো বুকুতে লৈ ইকাটি সিকাটি নধৰে টোপনি কৰো ছাটি ফুটি এতিয়া কি কৰো ক' বাঘেখাতী হ'লো মই দন্তিয়া "দ" ভাতমুঠি আগতে লৈ নাযায় চোন পেটলৈ ভিতৰি ভিতৰি জ্বলনি পোৰনি সহিব নোৱাৰি এতিয়া কি কৰো ক' বাঘেখাতী হ'লো মই দন্তিয়া হ'লো মই দন্তিয়া "দ" ঐ তোৰ বুকুতে মৰমৰ তলিফুটা জোলোঙা যেনিয়ে ঐ তেনিয়েই সুৰুঙা ঐ সুৰুঙা ইফালে ভৰাও পিৰিক কৈ যায় সিফালে ভৰাও পিৰিককৈ যায় বুজালেও নুবুজ ক'লেও নুশুন এতিয়া কি কৰো ক' বাঘেখাতী হ'লো মই দন্তিয়া হ'লো মই দন্তিয়া "দ" ঐ মৰিলোং মৰিলোং মৰিলোং ঐ কি কামনো ঐ কৰিলোং ঐ মৰিলোং মৰিলোং মৰিলোং ঐ বাঘৰ পিঠিত উঠিলোং উঠিলেও খাই নামিলেও খাই কি কৰো কি কৰো উপাইয়ো নাই ইফালেও ন'হলো সিফালেও ন'হলো এতিয়া কি কৰো ক' বাঘেখোৱা হ'লি তই দন্তিয়া হ'লি তই দন্তিয়া "দ" দন্তিয়া "দ" দন্তিয়া "দ" দন্তিয়া "দ" দন্তিয়া "দ" ঐ কৰিলেহি মোক দন্তিয়া "দ"

Reactions

Post a Comment

0 Comments

close