Nayantora Lyrics | Neel Akash | Biplov Konwar | Ujjwal Arrong | New Assamese Bihu Song 2023

 


SINGER : NEEL AKASH MUSIC : BIPLOV KONWAR LYRICS & TUNE : MONUJ KONWAR, BIPLOV KONWAR & APURBA JYOTI MOHAN FEMALE LYRICS : KUSSUM KALASH & RAMEN DANOH FEMALE VOCAL : KOROBI SONOWAL KEYS MELODY : UJJWAL AARONG PLANNING : MINTU RAIDINGIA CO SINGER : MEERDEEP GOGOI, ANURON GOGOI, APURBAJYOTI MOHAN & KARABI SONOWAL DHOL & TAAL & GAGANA : BIPLOV KONWAR FLUTE : BITUPON KONWAR MIXED & MASTERED : UJJWAL AARONG RECORDED @SRISHTI THE CREATIVE EYE, MORAN PHOTOGRAPHY & COVER DESIGN : SATYAJIT D PHUKAN VIDEO EDITING : DIBYA JYOTI SAIKIA

যোজনা:

মোৰে পানী পৰা ঘৰে নয়নতৰা
মোৰে পানী পৰা ঘৰ।।

ধুনীয়া দেখিলে অ' নয়নতৰা
আহো বুলি নকবা অ' নয়নতৰা
মোৰে পানী পৰা ঘৰে নয়নতৰা
আৰু মোৰ কোনো নাই মই অকলশৰীয়া
মই অকলশৰীয়া জানা।


নৈ কাষৰীয়া অ' নয়নতৰা
মাটি তাকৰিয়া অ' নয়নতৰা
খাবলৈ নোজোৰে ভাত নয়নতৰা
আৰু মোৰ কোনো নাই মই অকলশৰীয়া
মই অকলশৰীয়া জানা।


ছোৱালী: দুবেলা ঐ দুমুঠি
ময়েনো ৰান্ধি দিমে ঐ
সুখৰে ঐএগৰা ভাত।
উলাওঁতে ঐ সোমাওঁতে
মোকেনো চাই থাকিবা ঐ
হেৰাম বুলি লগাবা মাত।


পুৱাই উঠি দুগালত অ' নয়নতৰা
কোনে দিব দুচুমা অ' নয়নতৰা
যদি নাপাও সহাঁৰি
তোমাৰে নয়নতৰা
অকলশৰে থকাতকৈ
মৰিনো যাম হ'বলা
মৰিনো যাম হ'বলা জানা।।।

Reactions

Post a Comment

0 Comments

close