ENE LAGE | SHANKURAJ KONWAR | RINTU SAIKIA | BIBHUTI G | ISHAN D | TIRTHANK

Singer | Shankuraj Konwar |
Singer | Rintu Saikia |
Music | Bibhuti Gogoi & Ishan Das |
Song Writer | Tirthank |
এনে লাগে
তোমাক চালে
সময় থমকি ৰয়
এনে লাগে
তুমি সলনি হলে
ঋতু সলনি হয়
এনে লাগে
তুমি নহলে
সপোন সপোন হৈ ৰয়
এনে লাগে
তোমাক পালে
মৰম নৈ হৈ বয়
কুঁৱলিৰে সনা সেমেকা পুৱা
একাঁজলি ৰ'দ তুমিয়েই জানা
তুমিয়েই তো দূৰ অসীমৰ
নীলা আকাশৰ
ৰঙা বগা
থূপ ডাৱৰৰ
এনে লাগে
এনে লাগে
এনে লাগে .....
আশা কৰা দিনবোৰ তোমাৰ সৈতে
বুকু দুৰু দুৰু তোমাৰ বাবে
তোমাৰেই ভাৱনাত
নাজানো দিন-ৰাতি
কেতিয়া পুৱা হয়
কেতিয়া আবেলি.....
এনে লাগে...
এনে লাগে...
0 Comments
Please do not enter any spam link in the comment box
Emoji