GHURO KOLI KALE LYRICS | ভক্তিমুলাক টোকাৰী গীত | HARI HARSHIT

GHURO KOLI KALE LYRICS | ভক্তিমুলাক টোকাৰী গীত | HARI HARSHIT
GHURO KOLI KALE LYRICS | ভক্তিমুলাক টোকাৰী গীত | HARI HARSHIT

Ghuro Koli Kale: The one of the lovely Tokari Geet (Bhakti Song) in 2020. from the latest Assamese Bhakti Song of Boikuntho (2020). Which is sung beautifully by Hari Harshit. The music of this song is also given by GK MainaThe lyrics and concept of Ghuro Koli Kale are written by Bapuji Konwar. Musician by. Pankaj Borah (Nagra), Deveshwar Borah(Khool), Kailash Rabha(Flute). The music is mixed and mastered by Diganta Bordoloi. The music label of GK Maina.


ঘোৰ কলি কালে ঐ' ৰাম
পাপে বেৰি বেৰি ধৰে 
কি ৰাম
কেনেকৈ পাৰেনো হ'ম
জীৱন বৈতৰনী
মাজতে ডুবিব নৌকা খনি
হে' ৰাম 
ঘোৰ কলি কালে
ঐ' ৰাম
পাপে বেৰি বেৰি ধৰে 
কি ৰাম
কেনেকৈ পাৰেনো হ'ম
জীৱন বৈতৰনী
( মাজতে ডুবিব নৌকা খনি )-২


ঐ' এন্ধাৰে আৱৰি ধৰে
ঐ' ৰাম..
পুৱা-গধূলি লওঁ ঈশ্বৰৰে নাম
থাকোঁ তোমাতে চিন্তি ঐ' ৰাম
( কেনেকৈ পামেনো গৈ
বৈকুণ্ঠ ধাম )-২
ঘোৰ কলি কালে ঐ' ৰাম
পাপে বেৰি বেৰি ধৰে 
কি ৰাম
কেনেকৈ পাৰেনো হ'ম
জীৱন বৈতৰনী
( মাজতে ডুবিব নৌকা খনি )-২

বান্ধৱ কৃষ্ণ

জীৱন সোণোৱালী
যেনে নৈৰে বালি
চিৰদিন নাথাকে ৰৈ
কোনোবা এদিনা
যাব গৈ লাগিব
মাটিতে দেহাটি থৈ


ঈশ্বৰৰ ঘৰলৈ নাযাওঁ নুবুলিবা
জীৱনৰ মায়া মোহ এৰি
যাবৰে বেলিকা কান্দিলেও নহ'ব
নিবহি চোঁচৰাই টানি
হে' ৰাম ৰাম 
ঈশ্বৰৰ ঘৰলৈ নাযাওঁ নুবুলিবা
জীৱনৰ মায়া মোহ এৰি
যাবৰে বেলিকা কান্দিলেও নহ'ব
নিবহি চোঁচৰাই টানি


হে' ৰাম পুত্ৰইও কান্দিব
ভাৰ্যাইও কান্দিব
কান্দিব মৰমৰ ভাই
নাযাওঁ নাযাওঁ বুলি
থাকিলেও উচুপি
বাধা দি ৰাখোঁতা নাই।
হে' ৰাম ৰাম 
ঈশ্বৰৰ ঘৰলৈ নাযাওঁ নুবুলিবা
জীৱনৰ মায়া মোহ এৰি
যাবৰে বেলিকা কান্দিলেও নহ'ব
নিবহি চোঁচৰাই টানি


মায়াৰ বজাৰলৈ
কেলৈ মই আহিলো
মায়াতে পৰিলো মজি
সুখ-দুখ সকলো হাঁহি পাৰে কৰোঁ
কেৱল ঈশ্বৰকে ভজি
হে' ৰাম ৰাম 
ঈশ্বৰৰ ঘৰলৈ নাযাওঁ নুবুলিবা
জীৱনৰ মায়া মোহ এৰি
( যাবৰে বেলিকা কান্দিলেও নহ'ব
নিবহি চোঁচৰাই টানি )৩


এ' হৰি এ' জয়
হৰি কি এ' জয়
জয় হৰি গোপাল গোবিন্দ ৰাম।।

GHURO KOLI KALE VIDEO

DOWNLOAD THE LYRICS:-👇



Conclusion About:-  Ghuro Koli Kale Lyrics

I hope you guys like our post about the ''Ghuro Koli Kale Lyrics'', So don't miss to share this post with social media friends.
Reactions

Post a Comment

0 Comments

close