Xopun Xopun | Roi Roi Binale | Zubeen Garg
LYRICS- সপোন সপোন যেন আজি মোৰে ভালপোৱাবোৰ জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ সপোন সপোন যেন আজি মোৰে ভালপোৱাবোৰ জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ এই প্ৰেমৰ বৰষাত উটি-ভাঁহি যাওঁ মই তোমাৰে বুকুত জীপাল হওঁ আজি মই সপোন সপোন যেন আজি মোৰে ভালপোৱাবোৰ জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ নাচে বুকুতে আশা নেদেখা সপোন উতলা জীৱনযুৰি বিয়পা গাই অন্য অন্য ভাষা দিলোঁ মোৰ তোমাকে ছায়া মোৰ মন আৰু মোৰ কায়া শৰীৰত মোৰ ভিতৰত কিহৰে অন্ধ মায়া সপোন সপোন যেন আজি মোৰে ভালপোৱাবোৰ জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ মোৰ সৰু সৰু ভাষা আছে বহু বিষ বিয়পা নীলভ তোমাৰ চকুতে সিঁচি সিঁচি দিব পৰা অশ্ৰু নিগৰা কথা নক’বা মোক নক’বা লগে তোমাকে বুকুতে নুবুজোঁ অন্য ভাষা
0 Comments
Please do not enter any spam link in the comment box
Emoji