Morom Jetiya: The one of the lovely romantic and popular trendy song in 2020 from the latest Assamese Song album Bohona (2021). Which is sung beautifully by Montu Mrinal and Sagarika Bhaskar who ware among the most famous youth singer of Assam.The music of this new song is also given by Montu Mrinal (him self). The lyrics and concept of Morom Jetiya are written by Abhijit Dekaraja. Music mixed and mastered by Montu Mrinal. The music label of GK Maina.
Singer- Montu Mrinal and Sagarika Bhaskar
Lyrics/Tune- Abhijit Dekaraja
Music - Montu Mrinal
( আকাশতে ওলালে
পূৰ্ণিমাৰে জোন
মেঘৰে আৰে আৰে
লুকাই মোৰে সোন )২
মৰম যেতিয়া জাগে
হৃদয়তে
যৌৱন তেতিয়া বাঢ়ে
গোপনে
বাৰে বাৰে কিয় মোৰ
মৰমী
সপোনতে তুমি ওমলা
অ' সপোনতে তুমি ওমলা
ও মৰমৰ ঠিকনা
মৰমে বিচাৰি ল'ব
দেখিবা চোন এদিন আমাৰ
সপোনেও সাৰ পাব
মইনাজান ঐ
দেহাজান ঐ
বহনা ঐ
সপোনৰে হ'ব এটি ঘৰ
অ' সাখী মিলনৰে পল
মৰম যেতিয়া জাগে
হৃদয়তে
যৌৱন তেতিয়া বাঢ়ে
গোপনে
বাৰে বাৰে কিয় মোৰ
মৰমী
সপোনতে তুমি ওমলা
অ' মইয়ো জানা তোমাৰে দেহা
হৃদয়ৰ কোঠালিত
এখনি বাগিছা
পাৰি থলো তোমালে
গোলাপৰ দলিছা
যৌৱনৰ দূপৰত তুমি
আহিবা সমাজক দেখোৱাই
আপোন কৰিবা
সঘনে বাঢ়িছে
মৰমৰ পানচৈ
মইয়ো চিৰকাল
থাকিম তোমাৰ হৈ
মইনাজান ঐ
দেহাজান ঐ
বহনা ঐ
সপোনৰে হ'ব এটি ঘৰ
লা,লা,লা,লা,লা,লা,লা
সাখী হ'ব মিলনৰে পল
মইনাজান ঐ
দেহাজান ঐ
বহনা ঐ
সপোনৰে হ'ব এটি ঘৰ
লা,লা,লা,লা,লা,লা,লা
সাখী মিলনৰে পল
MOROM JETIA WATCH VIDEO
DOWNLOAD THE LYRICS:-👇
- More Lyrics: Rukshana Lyrics, Ubhoti Suwa, Silaa Lyrics , Alokhuwa Lyrics ,
- More Lyrics: Pahar Bogai Bogai , Aluguti Pitika Khang, Sekuri Sekuri Neel Akash
- More Lyrics: Krishnamoni Chutia , Xorot Zubeen Garg, Fagun Zubeen Garg
Conclusion About:- Rukshana Lyrics
I hope you guys like our post about the ''Rukshana Lyrics'', So don't miss to share this post with social media friends.
0 Comments
Please do not enter any spam link in the comment box
Emoji