Neelim Haahi Lyrics- Neel Akash | New Assamese Song 2020 |
Neelim Haahi: The one of the lovely romantic and popular trendy song in 2020 from the latest Assamese Song album Neelim Haahi (2020). Which is sung beautifully by Neel Akash who was among the most famous youth singer of Assam.The music of this new song is also given by Babonn Bornil. The lyrics and concept of Neelim Haahi are written by Bidyut Bikash. Music mixed and mastered by Pinku Das. Guitar Stroke by Writuraj Gogoi. Sitar by Subhankar Hazarika. Recorded @ RedAV Studio by Pinku Das. The music label of Dhwani Music.
Song- Neelim Haahi
Singer- Neel Akash
Lyrics- Bidyut Bikash
Music - Babonn Bornil
নিলীম হাঁহি ডাৱৰত
অদূৰ আকাশত দীপ্ত তৰাৰ ধেমালি
বিলীন আবিৰ প্ৰণয়ত
অসীম ভাৱনাত সুপ্ত আশাৰ ৰেঙনি
তুমি অনুৰাগ মোৰ বুকুত
তুমি অভিলাষ মোৰ চকুত
এটি দুটি পল তোমাতেই মগন
ৰাতিৰ আকাশ প্ৰেমৰ অনুৰণন
বিলীন আবিৰ প্ৰণয়ত
অসীম ভাৱনাত সুপ্ত আশাৰ ৰেঙনি
তুমি অনুৰাগ মোৰ বুকুত
তুমি অভিলাষ মোৰ চকুত
এটি দুটি পল তোমাতেই মগন
ৰাতিৰ আকাশ প্ৰেমৰ অনুৰণন
মেঘালী বৰষা নামিবহি
মোৰ প্ৰাণৰ চোতালত
পূৱতীৰ ৰদে চুমিবহি
আবেগ ভৰা উশাহত
জোনাকী জোনাকী যৌৱন
আজলী হাঁহিটি চঞ্চল
এটি দুটি পল তোমাতেই মগন
ৰাতিৰ আকাশ প্ৰেমৰ অনুৰণন
মোৰ প্ৰাণৰ চোতালত
পূৱতীৰ ৰদে চুমিবহি
আবেগ ভৰা উশাহত
জোনাকী জোনাকী যৌৱন
আজলী হাঁহিটি চঞ্চল
এটি দুটি পল তোমাতেই মগন
ৰাতিৰ আকাশ প্ৰেমৰ অনুৰণন
NEELIM HAAHI WATCH VIDEO
DOWNLOAD THE LYRICS:-👇
- More Lyrics: Renu Lyrics , Rukshana Lyrics, Ubhoti Suwa Lyrics , Morom Jetiya Lyrics,
- More Lyrics: Alokhuwa Lyrics , Neelim Haahi Lyrics
- More Lyrics: Pahar Bogai Bogai , Aluguti Pitika Khang, Sekuri Sekuri Neel Akash
- More Lyrics: Krishnamoni Chutia , Xorot Zubeen Garg, Fagun Zubeen Garg
Conclusion About:- Neelim Haahi Lyrics
I hope you guys like our post about the ''Neelim Haahi Lyrics'', So don't miss to share this post with social media friends.
0 Comments
Please do not enter any spam link in the comment box
Emoji