Giringkoi Akakhot Lyrics | Niyor Kahyap | Papori Gogoi | New Assamese Song 2021

Giringkoi Akakhot Lyrics | Niyor Kahyap | Papori Gogoi | New Assamese Song 2021
Giringkoi Akakhot Lyrics | Niyor Kahyap | Papori Gogoi | New Assamese Song 2021


Giringkoi Akakhot: The one of the lovely romantic and popular trendy song in 2021 from the latest Assamese Bihu Song album Giringkoi Gajoni (2021). Which is sung beautifully by Niyor Kashyap and Papori Gogoi who ware among the most famous youth singer of Assam. The music of this new song is also given by GK Maina. The lyrics and concept of Giringkoi Akakhot are written by Niyor Kashyap. Music mixed and mastered by Diganta Bordoloi. Recorded at Raj Music Ghy by Ripu Mohon. The music label of GK Maina.

Song- Giringkoi Akakhot
Singer- Niyor Kashyap & Papori Gogoi 
Lyrics/Tune- Niyor Kashyap
Music - GK Maina



গিৰিংকৈ আকাশত গাজনি ঐ' মাৰিব
চিপ চিপ চিপ চিপ বৰষুণ ঐ' পৰিব 
চোতালৰ দুবৰি গছকতে মৰিব
ৰচকী নাচনীৰ লাহি কঁকাল ভাঙিব
( ভেটা দিব কোনে ৰাখিব নোৱাৰে )২
তোৰে মোৰে মনৰ মিলন হ'লে
কৰিব কি কোলে

গিৰিংকৈ আকাশত গাজনি ঐ' মাৰিব
চিপ চিপ চিপ চিপ বৰষুণ ঐ' পৰিব 

বৰলুইতৰ বুকুৰে 
( তোমালোকৰ ঘৰলে )২
নেযাওঁ নেযাওঁ অ' দেহাজান 
টুলুঙা ঐ নাৱেৰে
টুলুঙা ঐ নাৱেৰে আমি


দিহিং নৈৰ কাহিনী কোনেনো ঐ' শুনিব
খৰালি শুকালেও বাৰিষাতে বাঢ়িব 
এসাগৰ মৰমে ওফন্দি ঐ' থাকিব
ওমলি জামলি সদায়নো বৈয়ে যাব 
( ভেটা দিব কোনে ৰাখিব নোৱাৰে )২
তোৰে মোৰে মনৰ মিলন হ'লে
কৰিব কি কোলে

গিৰিংকৈ আকাশত গাজনি ঐ' মাৰিব
চিপ চিপ চিপ চিপ বৰষুণ ঐ' পৰিব 

নীল আকাশৰ বুকুতে 
( উৰাজহাজ উৰিছে  )২
গুৰুম গুৰুম অ' দেহাজান
মোৰ বুকুতো বাজিছে 
মৰমৰে ঢোলৰে মাত


খিটিংকৈ কাঁহৰ বানবাতি এটি বাজিছে
শুনিছোঁ তোৰ ঘৰলৈ আলহী ঐ' আহিছে
মিচিককৈ হাঁহি মাৰি ঢোল পেপাই সুধিছে
ন-কইনা হ'লেগৈ পৰিবিনে নাচিবলে
মনেৰে ঐ' বেথা বুজিবনো কোনে 
জ্বলি পুৰি মৰিম তই আনৰ হলে 
বাটে ঘাটে শুনো 
তোৰ লগত হেনো মোৰহে যোৰা মিলে 

গিৰিংকৈ আকাশত গাজনি ঐ' মাৰিব
( চিপ চিপ চিপ চিপ বৰষুণ ঐ' পৰিব )২

GIRINGKOI AKAKHOT WATCH VIDEO

DOWNLOAD THE LYRICS:-👇



Conclusion About:-  Giringkoi Akakhot Lyrics

I hope you guys like our post about the ''Giringkoi Akakhot Lyrics'', So don't miss to share this post with social media friends.
Reactions

Post a Comment

0 Comments

close