Long Leng Lyrics | Kussum Kailash | Nilakshi Neog | Mon Moina 2021

Long Leng: The one of the lovely romantic and popular trendy song in 2020 from the latest Assamese Song album Mon Moina (2021).Which is sung beautifully by Kussum Koilash and Nilakshi Neogs who was among the most famous youth singer of Assam. The music of this new song is also given by Ujjwal Aarong.The lyrics of Long Leng are written by Kussum Koilas himself and Mrinmoy Mrittik, Jagot Maahis & Deep Dipantar. The music is mixed by Ibson Lal BaruahThe music label of Kussum Koilash World.

Singer: Kussum Koilash & Nilakshi Neog
Music: Ujjwal Aarong
Lyrics/Tune:
 Kussum Koilash, Mrinmoy Mrittik, Jagot Maahish & Deep Dipantar


লংলেংৰ কাষৰেতই 
মোকক চাঙৰে
পাহাৰী আলসুৱা তোৰ মন
তোৰ টনাকৈ চকুৱে
মোলৈ চাই হাঁহিলি
কাঢ়িলি মোৰে কলিজাখন
তোক দেখি কিনা মৰম লাগিছে ঐ
তোক দেখি কিনা ভাল পাই পেলাইছে ঐ
তুই নাগা পাহাৰ লাগা আছ' 
মুই ডেকা ভৈয়াম লাগা আছো
তোক নিদিয়ে জাননে মোলে 
মৰম নুবুজে
অ মন দিলিয়েই যদিহে আমি
বৈ যাং পলায়েই ...
অ, চৰাইদেউ চিনাকি ঠায়ে অ অসমৰ, 
অ, চৰাইদেউ চিনাকি ঠায়ে অ অসমৰ
চৰাইদেউ চিনাকি ঐ নাম
এ চাওলুং চুকাফাৰ আমি বংশৰেধৰ
ৰাখিম তোৰে মৰমৰে মান
তোক ভাবি কিনা ঘৰ বানাইছে ঐ
তোক মৰম পৰা তাতে ৰাখিব ঐ
তুই নাগা পাহাৰ লাগা আছ'
মুই ডেকা ভৈয়াম লাগা আছো,
তই জানয়েই কিদৰে ৰাখো তোকে বুকুতে
অ মন দিলিয়েই যদিহে আমি
বৈ যাং পলায়েই ...
আমিখান নাগা পাহাৰতে থাকা, 
আমাৰ ভী আছে মান
কথা হলেত' মৰম পৰা 
আমিও হালে জান ৷ 
আমিখান লাগা পিন্ধে চেপেটী আৰ' 
আজক ত'লা
তুইখান লাগা ভৈয়ামতে থাকা
মিলিম কিনেকা ৷
অ তই নগাৰ সাজ পিন্ধিবি, 
মূগাৰ সাজো পিন্ধিবি, 
মিলিবি তই আমাৰ সতে ঐ
তয়ে মনে মইনা, কেচাকৈ কলিজা
পাহাৰ ভৈয়াম মিলি একে হৈ...
জাত লাগা কিলেই চিন্তা কৰে ঐ , 
আমিখান একেই মানুচ্ আছে ঐ
তুই নাগা পাহাৰ লাগা আছ' 
মুই ডেকা ভৈয়াম লাগা আছো
কৈ চাবিচোন ঘৰতেনো গৈ
মোৰে কথাকে,
মন নুবুজে যদিহে আমি
বৈ যাং পলায়েই ৷

LONG LENG WATCH VIDEO

DOWNLOAD THE LYRICS:-👇



Conclusion About:-  Long Leng Lyrics

I hope you guys like our post about the ''Long Leng Lyrics'', So don't miss to share this post with social media friends.


Reactions

Post a Comment

0 Comments

close