O Akash Lyrics - Zubeen Garg & Satabdi Borah | New Assamese Song 2020

O Akash Lyrics - Zubeen Garg & Satabdi Borah | New Assamese Song 2020
O Akash Lyrics - Zubeen Garg & Satabdi Borah | New Assamese Song 2020

O' Akash: The one of the lovely romantic and popular trendy song in 2020 from the latest Assamese Song album O' Akash (2020). Which is sung beautifully by Zubeen Garg and Satabdi Borah who was among the most famous youth singer of Assam in India.The Music and Tune of this new song is also given by Ankur Saikia. The lyrics tune and concept of O' Akash are written by Ikram H. Juwel. The music is mixed and mastered by Diganta Bordoloi. The music label of Mirchi Assam.

Singer: Zubeen Garg & Satabdi Borah
Lyrics/Tune: Ikram H. Juwel
Music: Ankur Saikia

অ' আকাশ..
তুমিতো নুশুনা মোৰ গান
অ' বতাহ..
ক'তেনো হেৰালে মোৰ প্ৰাণ
অ' আকাশ..
তুমিতো নুশুনা মোৰ গান
অ' বতাহ..
ক'তেনো হেৰালে মোৰ প্ৰাণ

মোৰ কলিজাৰ তেজ
টোপাল টোপাল
বুকুতে বাৰিষাৰ নৈ
সাগৰ বিশাল
চকুৰ পতাত আজি
ধূসৰ জোনাক
সেমেকা সেমেকা সেই
হেঙুল প্ৰভাত

অ' আকাশ...
তুমিতো নুশুনা মোৰ গান
অ' বতাহ...
ক'তেনো হেৰালে মোৰ প্ৰাণ ।


ক্লান্ত সময়ে ৰৈ চায়
অ' ক্লান্ত সময়ে ৰৈ চায়
( কোন দূৰণিৰ বাঁহি কিনো সুৰ বায় ) ২
( মৰহা পাহিৰে
ফুলে কি নুফুলে
সপোনৰ কলি আজি
দিঠগত শুকালে ) ২

অ' আকাশ..
তুমিতো নুশুনা মোৰ গান
অ' বতাহ..
ক'তেনো হেৰালে মোৰ প্ৰাণ
অ' আকাশ..
ক'তেনো হেৰালে মোৰ গান
অ' বতাহ..
কতেনো লুকালে মোৰ প্ৰাণ ।।

O' AKASH VIDEO

DOWNLOAD THE LYRICS:-👇



Conclusion About:-  O Akash Lyrics 

I hope you guys like our post about the ''O Akash Lyrics '', So don't miss to share this post with social media friends.
Reactions

Post a Comment

0 Comments

close