![]() |
Uhu Uhu Lyrics (ওহোঁ ওহোঁ) | Akash Nibir | New Assamese Bihu Song 2021 |
Uhu Uhu: The one of the lovely romantic and popular trendy song in 2020 from the latest Assamese Bihu Song album Uhu Uhu (2021). Which is sung beautifully by Akash Nibir, Acharjya Borpatra ang Montumoni Saikia who ware among the most famous youth singer of Assam. The music of this new song is also given by Bashkar Neelam. The lyrics and concept of Uhu Uhu are written by Dinesh Sonowal and Rantu Namrup. Music mixed and mastered by Bashkar Neelam. Recorded at Raj Music Ghy and Studio String by Bashkar Neelam. video directore by Partha Mech. Cinematographer by Pranjal Goswami (Ravan). Edited by Biman Baruah. It’s starring by Arun Hazarika, Sumki (Beauty Bailung), Debasiah Borthakur, Akash Nibir, Montumoni Saikia, and Niluthpal Chaliha. The music label of GK Maina.
Song- Uhu Uhu
Singer- Akash Nibir, Achurjya Barpatra
Lyrics/Tune- Dinesh Sonowal & Rantu Namrup
Music - Bashkar Neelam
ওঁহো-ওঁহো
ওঁহো-ওঁহো
বিয়া পাতিলে নহ'ব
ওঁহো ওঁহো লাগিব
মৰম দিলে নহ'ব
ওঁহো দিব লাগিব
ওঁহো-ওঁহো
ওঁহো-ওঁহো
বিয়া পাতিলে নহ'ব
ওঁহো ওঁহো লাগিব
মৰম দিলে নহ'ব
ওঁহো দিব লাগিব
ওঁহো ওঁহো মৰমত
ওঁহো ওঁহো হৈ গ'লে
ওঁহো ওঁহো লাগিব
ওঁহো ওঁহো লাগিব জানা
ঐ' নামৰূপৰ
দীনেশ কাই ঐ..
কি কৰোঁ এতিয়া
নামৰূপৰ
দীনেশ কাই ঐ..
উপাই মোকে দিয়া
তোৰে কথাত পাতিলো
তোৰে কথাত পাতিলো বিয়া
ঐ' বিয়া পাতিলা যেতিয়া
ওঁহো হোৱা এতিয়া
ওঁহো ওঁহো কলেজত
পঢ়ি চোৱা এতিয়া
ওঁহো ওঁহো পৰীক্ষাত
পাছ হ'ব যেতিয়া
ওঁহো ওঁহো কান্দিব
ওঁহো ওঁহো কান্দিব কোলাত
আহা আহা দেহিটি মইনা
দিয়া দিয়া ওঁহো অকন দিয়া
ঢলং পলং লগাই লং
মইনা ঐ
সোণালী যৌৱনটি এ' বান্ধৈ
( এনে পঠিয়ালি )২
সোমালি মায়াৰে জালত
ঐ' জীৱনত শাকোঁ দাল
এ' বান্ধৈ বগাবৈ লাগিব
বগাবৈ লাগিব
আগলে পাচলে চাই
ঐ' সংসাৰৰ মায়া জাল
এ' বান্ধৈ সহিবই লাগিব
সহিবই লাগিব
সুখে-দুখে লগতে
সুখে-দুখে লগতে থাকি
- More Lyrics: Giringkoi Akakhot Lyrics , Rukshana Lyrics, Ubhoti Suwa Lyrics ,
- More Lyrics: Morom Jetiya Lyrics, Long Leng Kussum Kailash
- More Lyrics: Alokhuwa Lyrics , Neelim Haahi Lyrics
- More Lyrics: Pahar Bogai Bogai , Aluguti Pitika Khang, Sekuri Sekuri Neel Akash
- More Lyrics: Krishnamoni Chutia , Xorot Zubeen Garg, Fagun Zubeen Garg
1 Comments
টিলিঙ টিলিঙ
ReplyDeleteটিলিঙ টিলিঙ
টিলিঙ টিলিঙ চাইকেল চলাই তিনিআলিলৈ যাওঁ
খাৰু মণি পুতলা বেছি বহুত টকা পাওঁ
বুলি ঐ নাভাৱিবা যেনেতেনে পেটৰে ভাত মোকলাই আছো
টিলিঙ টিলিঙ
টিলিঙ
ঘৰত মায়ে সদায় কৈ বিয়াখন পাতিবলৈ
পাতিবলৈ মনে নাই মোৰ
সংসাৰৰ জ্বলাতে সোমাবলৈ মনে নাই বৰলা ভাততে সুখ পাওঁ
এজনী চপাই ল’লে খেচ খেচনি খাওঁ বুলি লাগে ভয়
যিহে মই জধলা মা-দেউতাৰ পৰা সদাই গালি খাওঁ
বিয়াৰ কথা ভাবিলে বুকুখন ধৰেফৰাই
সংসাৰৰ জ্বলা নলওঁ যেন পাওঁ
টিলিঙ টিলিঙ
টিলিঙ টিলিঙ
মায়ে কৈ মোকেে সদায় বৰলাৰ স্থান সৰগত নাই
এজনে গোটাই বোলে নললে মৰিলেও হেনো কান্দোতা নাই
যদিও মই ভাবিছিলো বিয়াখনি নাপাতো
বৰলা হৈ থাকিমেই বুলি
যিয়াই থকা কেইদিন টিলিঙ টিলিঙ চাইকেল বজাই সুখেৰে চলি থাকিম বুলি
পিছে এতিয়া ভাবিছো পাতিমে বিয়াখনি
এজনী লখিমী ছোৱালী চাই
যৌৱন গ’লে পাবলৈ নাই
বিয়াখনি পাতি লওঁ মা-দেউতাৰ কথা ৰাখি এজনী লখিমী ছোৱালী চাই
Please do not enter any spam link in the comment box
Emoji