Monkonwar Lyrics মনকোঁৱৰ | Priyanka Bharali & Ashwin Sharma - Lyrics GK

Monkonwar Lyrics মনকোঁৱৰ | Priyanka Bharali & Ashwin Sharma - Lyrics GK
Monkonwar Lyrics মনকোঁৱৰ | Priyanka Bharali & Ashwin Sharma - Lyrics GK

Monkonwar: The one of the lovely romantic and popular trendy song in 2021 from the latest Assamese Album Monkonwar (2021). Which is sung beautifully by Priyanka Bharali and Ashwin Sharma who ware among the most famous youth singer of Assam.The Music of this new song is also given by Mrinmoy SarmahMixing and Mastering :Sumit baruah. The lyrics and concept of Monkonwar are written by Nilotpal Ray Choudhury. Composer by Ashwin Sharma The music label of Parag Music.

Female
অগা দেৱা সপোনৰ
হ'বা জানো দিঠকৰ
আছে আশা বহু এচুকুত
সাঁচি ৰাখো মনৰ নিজানত

( অ.... অ.... কোঁৱৰ
তুমিয়েই মনকোঁৱৰ )-২

তোমাৰ চুমাত সাৰ পোৱাৰ হেপাঁহ
তোমাৰ পৰশতে লম প্ৰতি উশাহ
সাজিম প্ৰণয়ৰে পুঁজা ঘৰ
আকিম তাতে ৰং জীৱনৰ

অ.... অ.... কোঁৱৰ
তুমিয়েই মনকোঁৱৰ 

Male
( এটি এটি জোনাকত কথা
টুপ-টুপ নিয়ৰত আমাৰ গাথা )-২
হ'বা তুমি মোৰ হয় মই তোমাৰ
লুকা-ভাকু সপোনৰ জোৱাৰ

( অ..... অ..... মোৰ প্ৰিয়া
তুমি মোৰ প্ৰিয়া )-২

Female
অগা দেৱা সপোনৰ
হ'বা জানো দিঠকৰ
আছে আশা বহু এচুকুত
সাঁচি ৰাখো মনৰ নিজানত

Male
অ..... অ..... মোৰ প্ৰিয়া )-৪

MONKONWAR WATCH VIDEO


DOWNLOAD THE LYRICS:-👇


Conclusion About:-  Monkonwar Lyrics

I hope you guys like our post about the ''Monkonwar Lyrics', So don't miss to share this post with social media friends.

Reactions

Post a Comment

0 Comments

close